• Featured
  • Featured
MONIKANCHAN CULTURAL GROUP

MONIKANCHAN CULTURAL GROUP

মণিকাঞ্চন সাংস্কৃতিক গোষ্ঠী, চাচনী ******** স্থাপিত: ২০১৩ চন ******** _____কাৰ্যালয়: ভকত গাঁও, চাচনী_______ _______জিলা: ডিব্ৰুগড়, অসম_______ __পিন:৭৮৬৬১০__

About

MONIKANCHAN CULTURAL GROUP

২০১৩ চনত চাচনীৰ স্থানীয় যুৱক যুৱতী সকলৰ দ্বাৰা গঠিত আমাৰ এই সাংস্কৃতিক গোষ্ঠীয়ে অসমীয়া লোক সংস্কৃতিৰ পথাৰ খনক জীপাল কৰি ৰখা ভাওনা, বিহু-হুঁচৰি, দিহানাম আদি বিষয় সমূহৰ চৰ্চা অব্যাহত ৰাখিবলৈ যত্ন কৰিছোঁ । ভৱিষ্যত সময়ত অসমীয়া নাটকৰ উপৰিও অন্যান্য বিষয় সমূহ শিকণ আৰু প্ৰদৰ্শনৰ বাবে আমি এক সংঘবদ্ধ অৰাজনৈতিক গোট ।

Links

Quick Links

বিহুৰ হিচাপ ২০২৬ BIHUR HISAP 2026প্ৰথম বাৰ্ষিক মুকলি বিহু সন্মিলন ২০২৩ Photo Album
Portfolio

Featured Work

Featured

আমাৰ কৃতিত্ব

বাৰ্ষিক ভাওনা ২০২৩

Reach Out

Contact Us

Get in Touch

Contact Information

  • mcgsasoni@gmail.com

Send a Message

✨Create your own page—myeasypage